MCQs on Sources of Energy Class 10 Assamese

🎮 Interactive Quiz | Class 10 Science

শক্তিৰ উৎস – MCQ

Sources of Energy Class 10 Assamese Medium ৰ topic-wise MCQ practice কৰক। সৌৰ শক্তি, বায়ু শক্তি, জীৱাশ্ম ইন্ধন, জলবিদ্যুৎ, বায়’গেছ আৰু পাৰমাণৱিক শক্তিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন খেলি খেলি শিকক।

⚡ Challenge আৰম্ভ কৰিবলৈ সাজু?

এটা ঘৰত লাইট জ্বলাৰ পৰা আৰম্ভ কৰি এখন গাড়ী চলালৈকে শক্তিৰ প্ৰয়োজন। কিন্তু সকলো শক্তিৰ উৎস একে নহয়। কিছুমান উৎস সীমিত, আন কিছুমান পুনৰ লাভ কৰিব পাৰি। এই Sources of Energy MCQ practice-ত আপুনি শক্তিৰ বিভিন্ন উৎসৰ বিষয়ে নিজৰ জ্ঞান পৰীক্ষা কৰিব পাৰিব।

প্ৰতিটো topic বাছি লৈ quiz আৰম্ভ কৰক। সঠিক উত্তৰ দিলে XP বৃদ্ধি পাব, streak গঢ়িব আৰু explanation-ৰ জৰিয়তে ভুল উত্তৰো সহজে বুজি ল’ব পাৰিব। HSLC পৰীক্ষাৰ preparation-ৰ বাবে প্ৰথমে concept বুজা, তাৰ পিছত notes revise কৰা আৰু শেষত MCQ practice কৰাটো এটা কার্যকৰী অধ্যয়ন পদ্ধতি।

🎯 Topic বাছনি কৰক

📚 শক্তিৰ মূল ধাৰণা
⚡ XP: 0
🔥 Streak: 0
1/5
MCQ Challenge
প্ৰশ্ন Loading…
🏆

Topic Completed!

0/5

Sources of Energy MCQ Class 10 Assamese Medium

শক্তিৰ উৎস দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায়। এই অধ্যায়ত আমি জানো যে মানুহৰ দৈনন্দিন জীৱন, উদ্যোগ, কৃষি, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা সকলো শক্তিৰ ওপৰত নিৰ্ভৰশীল। শক্তিৰ উৎসৰ ভিতৰত কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ দৰে জীৱাশ্ম ইন্ধন আছে। আনহাতে সূৰ্য, বায়ু আৰু পানীৰ দৰে উৎসৰ পৰা নৱীকৰণযোগ্য শক্তি লাভ কৰিব পাৰি।

এই interactive MCQ page-ত প্রশ্নসমূহ topic অনুসৰি ভাগ কৰা হৈছে যাতে শিক্ষাৰ্থীয়ে প্ৰথমে নিজৰ দুর্বল topic চিনাক্ত কৰিব পাৰে। Solar Cell, Wind Turbine, Biogas, Methane, Thermal Power Plant, Hydroelectric Power আৰু Nuclear Energy ৰ দৰে important concept-সমূহৰ ওপৰত MCQ অন্তর্ভুক্ত কৰা হৈছে।

MCQ practice কৰাৰ সময়ত কেৱল সঠিক option মুখস্থ নকৰিব। প্ৰতিটো প্ৰশ্নৰ explanation বুজিবলৈ চেষ্টা কৰক। বিশেষকৈ Renewable আৰু Non-renewable energy ৰ পাৰ্থক্য, জীৱাশ্ম ইন্ধনৰ সমস্যা, পৰিৱেশ-বান্ধৱ শক্তিৰ প্ৰয়োজনীয়তা আৰু শক্তি ৰূপান্তৰৰ ধাৰণা ভালদৰে আয়ত্ত কৰক। নিয়মিত practice কৰিলে HSLC পৰীক্ষাৰ objective questions-ত আত্মবিশ্বাস বৃদ্ধি পাব।

🎯 MCQ Practice Strategy

  • প্ৰথমে এটা topic সম্পূৰ্ণ কৰক।
  • ভুল উত্তৰৰ explanation পঢ়ক।
  • Concept page-লৈ গৈ দুর্বল অংশ পুনৰ পঢ়ক।
  • Notes ৰ important questions revise কৰক।
  • শেষত সকলো topic পুনৰ খেলি নিজৰ score উন্নত কৰক।

🚀 অধ্যায়টো সম্পূৰ্ণকৈ পঢ়ক

❓ FAQ – শক্তিৰ উৎস MCQ

প্ৰশ্ন: Sources of Energy অধ্যায়ত কোনবোৰ topic অধিক গুৰুত্বপূৰ্ণ?
উত্তৰ: জীৱাশ্ম ইন্ধন, সৌৰ শক্তি, বায়ু শক্তি, জলবিদ্যুৎ, Biogas, Nuclear Energy আৰু Renewable বনাম Non-renewable Energy বিশেষ গুৰুত্বপূৰ্ণ।

প্ৰশ্ন: MCQ practice কৰাৰ আগতে Notes পঢ়া উচিত নে?
উত্তৰ: হয়। প্ৰথমে concept বুজি Notes revise কৰিলে MCQ-ত ভুলৰ সংখ্যা কমে।

প্ৰশ্ন: বায়’গেছৰ প্রধান উপাদান কি?
উত্তৰ: বায়’গেছৰ প্রধান উপাদান হৈছে Methane।

প্ৰশ্ন: Solar Cell কি কৰে?
উত্তৰ: Solar Cell এ সূৰ্যৰ পোহৰক পোনপটীয়াকৈ বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।

Scroll to Top