MCQs on Electricity Class 10 Assamese medium

Class 10 Science • Assamese Medium • HSLC 2027

⚡ Electricity Topic-wise MCQ

বিদ্যুৎ অধ্যায়ৰ topic-wise MCQ practice কৰক আৰু নিজৰ score, XP আৰু streak বৃদ্ধি কৰক।

Electricity বা বিদ্যুৎ Class 10 Science-ৰ এটা গুৰুত্বপূৰ্ণ Physics chapter। এই chapter-ত Electric Current, Potential Difference, Ohm’s Law, Resistance, Resistors-ৰ Series আৰু Parallel Combination, Heating Effect, Electric Power আৰু Electrical Energy আদি বিষয় থাকে।

HSLC পৰীক্ষাৰ preparation-ত কেৱল theory পঢ়াই যথেষ্ট নহয়। Formula, concept আৰু numerical-based MCQ নিয়মিত practice কৰিলে ভুল চিনাক্ত কৰা আৰু examination speed বৃদ্ধি কৰা সহজ হয়। এই interactive Electricity Class 10 Assamese Medium MCQ page-ত topic-wise practice কৰাৰ সুবিধা দিয়া হৈছে।

ওপৰৰ floating topic buttons ব্যৱহাৰ কৰি যিকোনো topic বাছি লওক। প্ৰতিটো question মন দি পঢ়ি সঠিক option নিৰ্বাচন কৰক। সঠিক উত্তৰত XP পাব আৰু নিজৰ performance improve কৰিব পাৰিব।

🔌 Electric Current
❤️ Lives 3
⭐ XP 0
🔥 Streak 0
⏱️ Time 20

Start কৰিবলৈ ওপৰৰ এটা topic বাছক।

🎯 Exam Tip: Electricity-ৰ MCQ solve কৰাৰ সময়ত formula-সমূহৰ মাজৰ relationship বুজিবলৈ চেষ্টা কৰক। বিশেষকৈ V = IR, I = Q/t, H = I²Rt আৰু P = VI ভালদৰে revise কৰক। Series আৰু Parallel combination-ৰ basic difference-ও মনত ৰাখক।
Scroll to Top